পৰিৱেশ প্ৰদূষন।অধ্যায় ১০।Class 5 Environment Lesson 10 Question and Answer Assam | SCERT Class 5 Environment Chapter 10 Solution |পঞ্চম মান শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় ৯ পৰিৱেশ প্ৰদূষন নামৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

অনুশীলনী

১)উত্তৰ লিখা-

ক) প্ৰদূষন কাক বোলে ?

উত্তৰঃ-

খ) দুবিধ জৈৱিক সাৰৰ নাম লিখাঁ?

উত্তৰঃ-

গ) মাটি প্ৰদূষন প্ৰতিৰোধ কৰা এটা উপায় উল্লেখ কৰা ।

উত্তৰঃ-

২) খালী ঠাই পূৰ কৰা ।

ক) ৰাসায়নিক সাৰৰ পৰিৱৰ্তে ___________সাৰ ব্যৱহাৰ কৰি মাটি প্ৰদূষন কৰিব পাৰি ।

খ) ___________ এবিধ উৎকৃষ্ট জৈৱিক সাৰ ।

গ) ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ___________ গেছ বাঢ়ি যায়।

ঘ) গছৰ পাতে বাযুত থকা _____________ধৰি ৰাখি বায়ু প্ৰদূষন কমায়।

ঙ) বায়ু মণ্ডলত ___________গেছ বেছি হলে প্ৰাণীৰ বিস্তৰ ক্ষতিসাধন হয়।

৩) অশুদ্ধ বাক্যবোৰ শুদ্ধকৈ লিখাঁ।

ক) কাঠ,কয়লা আদি ইন্ধনবোৰ জ্বলালে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড গেছৰ প্ৰয়োজন হয়।

খ)বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে যতে ততে আৱৰ্জনা পেলাব নালাগে।

গ) পুনৰাৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষন ৰোধ কৰিব পাৰি। গু

ঘ)জৈৱিক সাৰৰ পৰিৱৰ্তে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটি প্ৰদূষন ৰোধ কৰিব পাৰি ।

ঙ)দূষিত পানী খালে কলেৰা,টাইফয়েদ আদি ৰোগ হয়।

৪) পুনৰাৱৰ্তন বুলিলে কি বুজা?

উত্তৰঃ-

৫) মাটি গুণাগুণ কিয় নষ্ট হয় তাৰ কাৰণবোৰ লিখাঁ।

উত্তৰঃ-

৬)পানী প্ৰদূষন কিদৰে ৰোধ কৰিব পাৰে?

উত্তৰঃ-

৭) বায়ু প্ৰদূষিত হোৱাৰ চাৰিটা কাৰণ লিখাঁ।

উত্তৰঃ-

৮)প্ৰাকৃতিক পদ্ধতিৰে কিদৰে শস্য অনিষ্টকাৰী কীট-পতংগ নাশ কৰিব পাৰি ?

উত্তৰঃ-

৯) উদ্যোগৰ পৰা ওলোৱা ধোৱাঁ চিমনি ওখকৈ কিয় সাজিব লাগে ?

উত্তৰঃ-

১০) চমুকৈ লিখাঁ-

ক) পচন সাৰ খ) জৈৱ গেছ গ) প্ৰদূষন

Type Arup koch