১।নেগ্ৰিটোসকলৰ কোন আছিল।

উওৰ = অসমৰ পাহাৰৰ প্ৰাক ঐতিহাসিক বাসিন্দা আছিল।

২।নেগ্ৰিসকলৰ গাৰ বৰণৰ কেনেকুৱা আছিল।

উওৰ= নেগ্ৰিসকলৰ গাৰ বৰণৰ সাধাৰণ কলা আৰ কেকোৰা চুলিৰ আছিল।

৩।নেগ্ৰিসকলৰ আদিম ঘৰ কত আছিল।

উওৰ =নেগ্ৰিসকলৰ আদিম ঘৰ আফ্ৰিকাত আছিল।

৪। অষ্ট্ৰো-এচিয়াটিক কৰ পৰা আহিছিল।

উওৰ = অষ্ট্ৰো-এচিয়াটিক দক্ষিণ এছিয়া পৰা অহিছিল।

৫। কণ্যাক সকলৰ কি খাদ্যৰ আছিল।

উওৰ = কণ্যাকসকলৰ টাৰো খাদ্যৰ আছিল।

৬।তেওঁলোক কত বাস কৰিছিল।

উওৰ = কণ্যাকসকলৰ অসমৰ পাহাৰৰ বাস কৰিছিল।

৭। তেওঁলোক কি ভাষা আছিল।

উওৰ = তেওঁলোক মন-খেমৰ ভাষা আছিল।

৮। অষ্টো-এচিয়াচিক আদিমবাসী কোন আছিল।

উওৰ = অষ্টো- এচিয়াটিক আদিমবাসী দ্ৰাবিড়সকলৰ আছিল।

৯। অষ্টো-এচিয়াটিক কোনসকলৰ লোকক প্ৰতিনিধি বুলি কৈছিল।

উওৰ = অষ্টো-এচিয়াটিক খাচী-চিনটেং লোকক প্ৰতিনিধি বুলি কৈছিল।

১০। অষ্টো-এচিয়াটিক কোন বংশৰ লোক আছিল।

উওৰ = অষ্টো-এচিয়াটিক অষ্টিক বংশৰ লোক আছিল।

১১। তিনিটা জনজাতি নাম লিখা ।

উওৰ = তিনিটা জনজাতি নাম হল হচ, মুণ্ডা আৰ কোল-মন-আমন ।

১২। অষ্টিক বংশৰ বাসিন্দাসকলৰ কত আছিল।

উওৰ = অষ্টিক বংশৰ উওৰ-পূব ভাৰতৰ অতি প্ৰাচীন বাসিন্দাসকলৰ আছিল।

১৩। নৱপ্ৰস্তৰ যুগৰ কি আৱিষ্কাৰ হৈছিল।

উওৰ = নৱপ্ৰস্তৰ যুগৰ আছিল তেওঁলোকক ব্যৱহাৰৰ কৰা সঁজুলি বা আহিলাবোৰ অসমৰ বিভিন্ন স্হানত আৱিষ্কাৰ হৈছিল।

১৪। অসমৰ কোন দুখন জিলাৰ শিলাৰ আহিলা পোৱা য়ায।

উওৰ = অসমৰ দৰং জিলাত আৰ কাছাৰ জিলাৰ শিলাৰ আহিলা পোৱা যায়।

১৫। গাৰ্দনৰ খাচীসকলৰ ওপৰত কি মন্তব্য দাঙি ধৰিছিল।

উওৰ = গাদনৰ মতে খাচাসকলৰ দক্ষিণ পূব পৰা আহিছিল ,শিলৰ আহিলাৰ সাদৃশ্যৰ ভিওিত তেওঁ প্ৰকাশ কৰিছে যে প্ৰস্তৰ যুগৰ সময়ত মালয় উপদ্বীপ আৰ চোটনাগপুৰত বসবাস কৰা লোকসকলৰ সৈতে খাচীসকলৰ সম্পক আছিল।

১৬। অষ্টো-এছিয়াটিক সংস্কৃতিবোৰৰ কি কি আছিল।

উওৰ = অষ্টো -এছিয়াটিক সংস্কৃতিবোৰৰ হল জন্ত চিকাৰ ,ঊৰ্বৰা প্ৰথা,মধ্যপ্ৰস্তৰ আহিলা, আত্মা সম্বন্ধীয় আছিল।