১। পুষ্যবৰ্মন কিমান খৃঃত অসমলৈ আহিছিল।

উওৰঃ পুষ্যবৰ্মন ৩৫০- ৩৭৫ খৃঃত অসমলৈ আহিছিল।

২। চতুখ শতিকাত কি কি প্ৰগতি হৈছিল।

উওৰঃ চতুথ শতিকাত ৰাজনৈতিক, সামাজিক, ধমীয় সাংস্কৃতিক আদি দিশৰ প্ৰগতি হৈছিল।

৩। বৰ্মন বংশ ইতিহাস ৰচনা কি কি আছিল।

উওৰঃ ভূমিূদানৰফলি,হৰ্ষচৰিএ,ৰাজতৰঙ্গিনী,চি-ইউ-কি,এলাহাবাদ শিলালিপি, স্থাপত্য ভাৰ্স্কয বৰ্মন বংশ ইতিহাস ৰচনা কৰিছিল।

৪। কামৰূৰত বৰ্মন বংশ প্ৰতিষ্ঠা কোনে কৰিছিল।

উওৰঃ কামৰূপৰ বৰ্মন বংশ প্ৰতিষ্ঠা পুষ্যবৰ্মনে।

৫। পুষ্যবৰ্মন ৰজাসকলে কি উপাধি গ্ৰহণ কৰিছিল।

উওৰঃ পুষ্যবৰ্মন ৰজাসকলে মহাৰাজধিৰাজ উপাধি গ্ৰহণ কৰিছিল।

৬। ভৌমবংশৰ ৰজাসকলে কি উপাধি গ্ৰহণ কৰিছিল।

উওৰঃ ভৌমবংশৰ ৰজাসকলে প্ৰাগজ্যেতিষধিপতি উপাধি গ্ৰহণ কৰিছিল।

৭। কামৰূপৰ ৰজাসকলে পৰিয়ালৰ কেইটা ভাগোৱা হৈছে আৰু কি কি ।

উওৰঃ কামৰূপৰ ৰজাসকলে পৰিযালৰ পাঁচটা ভাগত ভগোৱা হৈছে সেইকেইটা হল –

১। প্ৰাগজ্যেতিষৰ পুষ্যবৰ্মন পৰিয়ালৰ,২) হৰুপেশ্বৰৰ ভৌম পৰিয়ালৰ,৩) হৰুপেশ্বৰৰ শালস্তম্ভ ৰজাসকল,৪) প্ৰাগজ্যেতিষ পৰৰ্ৱতী শালস্তম্ভ ৰজাসকল,৫) দুৰ্জয়ৰ ভৌম পালসকল।

৮। কত প্ৰথম বাৰ বাবে কামৰূপ নাম উল্লেখ কৰিছিল।

উওৰঃ এলাহাবাদৰ শিলালিপিৰ প্ৰথম বাৰবাবে কামৰূপ নাম উল্লেখ কৰিছিল।

৯। কামৰূপৰ দ্বিতীয় ৰজাজন নাম কি আছিল।

উওৰঃ কামৰূপৰ দ্বিতীয় ৰজাজন নাম হল সমুদ্ৰবৰ্মন পুষ্যবৰ্মন।

১০। সমুদ্ৰবৰ্মন কি অধিকাৰ আছিল।

উওৰ ঃ সমুদ্ৰবৰ্মন গুণৰ অধিকাৰী আছিল।

১১। তেওঁ এজন কেনেকুৱা ব্য়ক্তি আছিল।

উওৰঃ তেওঁ আছিল সমুদ্ৰৰ দৰে,প্ৰখ্য়াত আৰু জ্ঞান আৰু গুণৰ নামজ্বলা ব্যক্তি আছিল।

১২। তেওঁ কিহৰ লগত তুলনা কৰা হয়।

উওৰঃ মহত্ব শান্ত,গভীৰতা,স্পষ্টতা,অলংকাৰেৰে বিভূষিতা আৰু ভুজংগৰে ভুষিত মহাসাগৰৰ সৈতে তেওঁক তুলনা কৰা হৈছে।