১। প্ৰব্ৰজনসকলে কত বাস কৰিছিল।

উওৰ = দক্ষিণ পূব এছিয়াৰ পৰা অসমৰ পাহাৰ আৰ ভৈয়ামত প্ৰব্ৰজনসকলে বাস কৰিছিল।

২। প্ৰব্ৰজনকাৰীসকলৰ পথ কেইটা আৰ কি কি ।

উওৰ = প্ৰব্ৰজনকাৰীসকলৰ পথ চাৰিটা হল – ১। উওৰৰ মাজেৰে বা তিব্বত, নেপাল আৰ ভূটানৰ পাহাৰীয়া পথেৰে।

২। ভাৰত পৰা পশ্চিম পৰা গঙ্গা আৰ ব্ৰক্ষপুএ উপত্যকাৰ মাজেৰে।

৩। বঙ্গা আৰ বাৰ্মাৰ মাজেৰে বঙ্গোপ উপসাগৰ বা সাগৰেৰে ।

৪। অসম বামা পথ।

৩। প্ৰব্ৰজন আনটো পথ কি আছিল।

উওৰ = উওৰ পূৱত পাটকাই পথেৰে লিডু- মাঘেৰিটাৰ পৰা বমাৰ লুকাং উপত্যকাৰ মাজেৰে চীনলৈ আৰ আনটো আছিল দক্ষিণ – পূৱ বা অসমৰ দক্ষিণে মণিপুৰ আৰ কাছাৰৰ মাজেৰে।

৪। প্ৰব্ৰজনকাৰীসকলে কোনটো পথেৰে বেপাৰ বাণিজ্যিক কৰিছিল।

উওৰ = প্ৰব্ৰজনকাৰীসকলে জলপথে বেপাৰ বাণিজ্যিক কৰিছিল।

৫। কৰ পৰা কলৈ পবতীয়া পথ আছিল।

উওৰ = ভূটান আৰ তিব্বতৰ মাজত পৰ্বতীয়া পথ আছিল।

৬। কোন দুটা গোট অসমলৈ আহিছিল।

উওৰ = ককেচিক আলপাইন আৰ ইণ্ডো চীন গোটত অসমলৈ আহিছিল।

৭। তেওঁলোক কত বসতি কৰিছিল।

উওৰ = অৰণাচল প্ৰদেশৰ।

৮। কোন কোন লোকে অসমত উপত্যকাত প্ৰৱেশ কৰিছিল।

উওৰ = প্ৰাক আৰ্য আৰ আৰ্যসকলে অসমত উপত্যকাত প্ৰবেশ কৰিছিল।

৯। অসমত বাৰ্মাৰ মাজেৰে পাটলিপুএৰ পৰা চীনলৈ পথ কেইটা আৰ কি কি ।

উওৰ = অসমত বাৰ্মাৰ মাজেৰে পাটলিপুএৰ পৰা চীনলৈ পথ তিনিটা হল – ১। পাটকাই মাজেৰে উজনি বাৰ্মালৈ

২। মণিপুৰৰ পৰা চিন্দউইনলৈ ৩। আৰাকালৰ মাজেৰে ইৰাৱদিলৈ।

১০। প্ৰব্ৰজনকাৰীসকলৰ গুৰত্বপূৰ্ণ পথ কোনটো আছিল।

উওৰ = প্ৰব্ৰজনকাৰীসকলৰ গুৰত্বপূৰ্ণ পথটো হল বাৰ্মা আৰ অসমৰ নদী উপত্য়কাত আৰ অসম বাৰ্মা সীমান্তত থকা পবতীয়া পথবোৰ।

১১। প্ৰব্ৰজনকাৰীসকলৰ আনদুটা পথ কি কি ।

উওৰ = প্ৰব্ৰজনকাৰীসকলৰ আনদুটা পথ হল বঙ্গোপসাগৰেৰে জলপথেৰে ইণ্ডো-চীনলৈ আৰ দক্ষিণ – পূৱ এছিয়াত।

১২। মণিপুৰৰ সীমা পৰা নগান চি কিমান মাইল।

উওৰ = মণিপুৰৰ সীমা পৰা নগান চি ১৫০ মাইল।