অসমৰ ফুটবল খেলৰ প্ৰধান ট্ৰফী খেলকেইখন আৰু কি কি ?

স্বাধীনতা দিৱস কাপ প্ৰতিযোগিতা (১৯৪৭) বৰদলৈ ট্ৰফী প্ৰতিযোগিতা (১৯৫২) এ.টি.পি.এ শ্বিল্ড প্ৰতিযোগিতা (১৯৫২) ডুগাৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতা (১৯৬২)

৩৩ তম ৰাষ্ট্ৰীয় ক্ৰাড়াৰ শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা প্ৰতিযোগী কোন কোন ?

৩৩ তম ৰাষ্ট্ৰীয় ক্ৰাড়াৰ শ্ৰেষ্ঠ পুৰুষ প্ৰতিযোগী ৰেহান পুনচা (কৰ্ণাটক) শ্ৰেষ্ঠ মহিলা প্ৰতিযোগিতা ৰিচা মিশ্ৰ (দিল্লী)