অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি?

অসমৰ শিক্ষাৰ স্তৰ তিনিটা আৰু সেইকেইটা হল প্ৰাথমিক , মাধ্যমিক ,আৰু উচ্চ শিক্ষা ।