আধুনিক বিজ্ঞান প্ৰকৃতাৰ্থত কেতিয়া আৰম্ভ হয় ? আধুনিক বিজ্ঞানৰ বাটকটীয়া কোন ?

আধুনিক বিজ্ঞান প্ৰকৃতাৰ্থত আৰম্ভ হয় সোতৰ শতিকাৰ মাজ ভাগৰপৰা । অৰ্থাৎ আধুনিক বিজ্ঞানৰ বাটকটীয়া গেলিলিও ( ১৫৬৪ – ১৬৪২ ) আৰু নিউটন ( ১৬৪২ – ১৭২৭ ) ৰ আৱিষ্কাৰবোৰৰ পৰা ।