বিশ্বকাপ ফুটবলত দ্ৰুততম গ’ল দিয়া খেলুৱৈজনৰ নাম কি ?

হাংগেৰিৰ আৰাফৰ্চ এন্টাৰজি । তেওঁ ১৯৮৬ চনৰ মেক্সিকো বিশ্বকাপত কানাডাৰ বিপক্ষে খেল আৰম্ভণীৰ মাত্ৰ ১১ ছেকেণ্ডৰ পাছতে গ’ল দিছিল ।