বিশ্বকাপ ফুটবলত দ্রুততম গ’ল দিয়া খেলুৱৈজনৰ নাম কি ?

হাংগেৰিৰ আৰাৰ্চ এণ্টাৰজি । তেওঁ ১৯৮৬ চনৰ মেক্সিকো বিশ্বকাপত কানাডাৰ বিপক্ষে খেল আৰম্ভণীৰ মাত্র ১১ ছেকেণ্ডৰ পাছতে গ’ল দিছিল ।