বিশ্বকাপ ফুটবলৰ এখন প্রতিযোগিতাত সর্বাধিক গ’লদাতাৰ সন্মান অর্জন কৰা খেলুৱৈজনৰ দলে সেইবাৰ ফাইনেল খেলিব পৰা নাছিল । খেলুবৈজন কোন ?

ফ্রান্সৰ জ ফন্টেইন । ১৯৫৮ চনৰ ছুইডেন বিশ্বকাপত তৃতীয় স্থান প্রাপ্ত ফ্রান্স হৈ তেওঁ ১৩ টা গলি দিছিল ।