ভাৰতৰ কোনটো বিখ্যাত ট্ৰফী চুৰি হাৱাৰ পিছত বর্তমান বিজয়ী দলক নকল ট্ৰফী দিয়া হয় ?

বেটন কাপ । হকী প্রতিযোগিতাৰ এই টুকাটো ১৯২০ চনত চুৰি হৈছিল ।