স্নুকাৰ খেলত ২২ টা বল লাগগে । তাৰে ভিতৰত ১৫ টা ৰঙা বল আৰু এটা বগা কিউ বল বাদ দিলে বাকী ছয়টা ৰং কি ?

হালধীয়া , সেউজীয়া , বাদানী , নীলা , গোলাপী আৰু ক’লা ।