অলিম্পিকত অংশ গ্ৰহণ কৰিু থকা অৱস্থাতে মৃত্যু বৰণ কৰা প্ৰথম খেলুৱৈজন কোন আছিল ?

পৰ্টুগালৰ মাৰাথন দৌৰবিদ লাজাৰো । তেওঁ ১৯৯২ চনৰ ইষ্টহ’ম অলিম্পিকৰ মাৰাথান দৌৰি থকা অৱস্থাতে জ্ঞান হেৰুৱাই বাগৰি পৰি ইহ সংসাৰ ত্যাগ কৰে ।