কাঠৰ গুৰিৰ মাজত বৰফ ৰাখিলে সহজতে গলি নাযায় কিয় ?

কাঠৰ গুৰিৰ মাজেৰে সহজতে তাপ পৰিবহন নহয় । সেয়ে বাহিৰৰ উত্তাপৰ পৰা বৰফখিনি বচাই ৰাখে ।