ধপাতত কি বিষাক্ত বস্ত্ত থাকে ?

নিকোটিন , কাৰ্বন মনোঅক্সাইড আৰু টাৰ টাৰক কাৰ্টিনোজেননামৰ বিষাক্ত পদাৰ্থবিধ বুলি চিনাক্ত কৰা হৈছে ।