মুক্ত বেগ কি ?

যি বেগত গ’লে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ আকৰ্ষণক এৰাই যাব পাৰি তাকেই মুক্ত বেগ বা এছকেপ ভেলোচিটি বোলে । মুক্ত বেগৰ মান ঘন্টাত ২৫,০০০ মাইল ।