অসমত স্থাপিত প্ৰথম কলেজ খনৰ নাম প্ৰতিষ্ঠাপক আৰু প্ৰথমজন অধ্যক্ষৰ নাম কি?

অসমত স্থাপিত প্ৰথম কলেজ খনৰ নাম হল কটন কলেজ (১৯০১ চন ) প্ৰতিষ্ঠাপক হেনৰি কটন প্ৰথম অধ্যক্ষ মিঃ চুডমাৰ্চন ।