প্ৰখ্যাত চিকাৰী জিমকৰবেট । বিশ্বকাপৰ লগত আকৌ তেওঁৰ সম্পৰ্ক কি ? একো নাই । আমাৰ প্ৰশ্ন ডেভিদ কৰবেট নামৰ ইংৰাজ ভদ্ৰলোক জনক ফুটবল প্ৰেমীয়ে বাৰু কিয় মনত ৰাখিব লাগে ?

ডেভিদ কৰবেটৰ কুকুৰ পিকলছে হেৰাই যোৱা জুলেৰিমে কাপ উদ্ধাৰ কৰিছিল ।