বিশ্বকাপ ফুটবলৰ এখন প্ৰতিযোগিতাত সৰ্বাধিক গ’লদাতাৰ সন্মান অৰ্জন কৰা খেলুৱৈজনৰ দলে সেইবাৰ ফাইনেল খেলিব পৰা নাছিল । খেলুৱৈজন কোন ?

ফ্ৰান্সৰ জাঁ ফন্টেইন । ১৯৫৮ চনৰ ছুইডেন বিশ্বকাপত তৃতীয় স্থান প্ৰাপ্ত ফ্ৰান্সৰ হৈ েওঁ ১৩টা গল দিছিল ।