বিশ্বকাপ ফুটবলৰ পোন প্ৰথমবাৰৰ বাবে টেলিভিচনযোগে সম্প্ৰচাৰ হৈছিল কেতিয়া ?

চুইজাৰলেণ্ডত হোৱা পঞ্চম বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখনিৰ প্ৰথম টি . ভি, সম্প্ৰচাৰ হৈছিল ১৯৫৪ চনৰ জুনৰ পৰা চাৰি জুলাইলৈকে ।