শ্ৰীহৰি কোটা কি , ক’ত আৰু কিয় বিখ্যাত ?

ভাৰতৰ পূব উপকূলত চেন্নাইৰ পৰা এশ কিঃমিঃ দূৰৈত অন্ধ্ৰপ্ৰদেশৰ অন্তৰ্গত ১৩, ০০০ হেক্টৰ ক্ষেত্ৰফলৰ এটা দ্বিপ । ভাৰতৰ ৰকেট উৎক্ষেপণৰ বাবে ই বিখ্যাত ।