সংস্কৃতৰ পৰা অসমীয়া অনূদিত হোৱা প্ৰথম নাটকখন নাম কি?

সংস্কতৰ পৰা অসমীয়া অনূদিত হোৱা প্ৰথম নাটকখনৰ নাম হল শকুন্তলা ( লম্বোদৰ বৰা ) ।