১৯৯৯ চনৰ বিশ্বকাপত মাত্ৰ দুজন বেটছমেনে দুটাৈ শতৰান অৰ্জন কৰিবলৈ সমৰ্থ হয় । তাৰে এজন আছিল পাকিস্তানৰ ছৈয়দ আনোৱাৰ । আনজনে সইবাৰৰ বিশ্বকাপত সৰবাধিক ৰান সংগ্ৰহ কৰিছিল । বেটছেনজন কোন ?

ৰাহুল দ্ৰাবিড় ।