অসম ফুটবল সংন্থাই প্ৰদান কৰা ২০০৬-০৭ চনৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ সন্মান কোনে লাভ কৰিছিল ?

অসম ফুটবল সংন্থাই প্ৰদান কৰা ২০০৬-০৭ চনৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ সন্মান অসমৰ ফুটবল দলৰ গ’লৰক্ষক গোবিন্দ বড়ো লাভ কৰিছিল ।