জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম আৰু লেখকৰ নাম কি ?

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম মৃত্যুঞ্জয় আৰু লেখকৰ নাম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ।