অসমত প্ৰথমখন এদিনীয়া আন্তৰ্জাতীক ক্ৰিকেট খেল কেতিয়া, ক’ত আৰু কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল ?

অসমত প্ৰথমখন এদিনীয়া আন্তৰ্জাতীক ক্ৰিকেট খেল ১৯৮৩ চনত ১৭ ডিচেম্বৰত (গুৱাহাটী) ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছিল ।