অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ?

অসমৰ ভোগেশ্বৰ বৰুৱাই প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ।