ভাৰতৰ কোন ৰাজ্যত কয়লাৰ খনি আছে ?

ভাৰতৰ বিহাৰ, মধ্যপ্ৰদেশ, অসম, কাশ্মীৰ, তামিলনাডু, ৰাজস্থান, উৰিষ্যা, আৰু পশ্চিমবঙ্গত কয়লাৰ খনি আছে ।