হিন্দুধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ?

হিন্দুধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন চুহুমুং (দিহিঙীয়া ৰজা) ।