১৯৮৫ চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ হৈ কোনে পদক লাভ কৰিছিল ?

মিঠু বৰুৱাই ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অসমৰ হৈ পদক লাভ কৰিছিল ।