৩৩ তম ৰাষ্ট্ৰীয় খেলৰ শুভাংকৰ প্ৰতীকটো কি আছিল ?

৩৩ তম ৰাষ্ট্ৰীয় খেলৰ শুভাংকৰ প্ৰতীকটো ৰংমন নামৰ এটা গঁড় পোৱালী আছিল ।