ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি ?

ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম নিপ বৰুৱা পৰিচালিত “ৰঙা পুলিচ” ।