মানুহৰ পাকস্থলীত থকা অম্ল বিধৰ নাম হল – হাইড্ৰক্লৰিক এছিড ।
Question and Answer Solution
মানুহৰ পাকস্থলীত থকা অম্ল বিধৰ নাম হল – হাইড্ৰক্লৰিক এছিড ।
চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ আহোতে ১.২ চেকেণ্ড লাগে ।
National Aeronautics and space Administration .
চন্দ্ৰলৈ মানুহ যোৱা মহাকাশ যানখনৰ নাম হল – এপল ১১ ।