এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ বিদ্যুৎ গোস্বামী ।
Question and Answer Solution
এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ বিদ্যুৎ গোস্বামী ।
দুৰ্গেশ্বৰ বৰঠাকুৰে কৰা প্ৰথম ছবিখনৰ নাম ১৯৫৫ চনত কৰা “স্মৃতিৰ পৰশ” ।
“জয়মতী” কথাছবিত গদাপাণিৰ চৰিত্ৰত ফুনি বৰুৱাই অভিনয় কৰিছিল ।
অসমীয়া কথাছবিৰ প্ৰথম পৰিৱেশকৰ নাম জোনাকী ফিল্ম ডিষ্ট্ৰিউটৰছ ।