২০০৬ চনৰ শ্ৰেষ্ঠ কণ্ঠ শিল্পী হিচাপে “ষ্টাৰডাষ্ট ফিল্ম এৱাৰ্ড” লাভ কৰা অসমৰ ব্যক্তিজন জুবিন গাৰ্গ (গেংষ্টাৰ) ।
Question and Answer Solution
২০০৬ চনৰ শ্ৰেষ্ঠ কণ্ঠ শিল্পী হিচাপে “ষ্টাৰডাষ্ট ফিল্ম এৱাৰ্ড” লাভ কৰা অসমৰ ব্যক্তিজন জুবিন গাৰ্গ (গেংষ্টাৰ) ।
১৯৯৮ চনত সংগীত নাটক অকাডেমীৰ বাবে নিৰ্বাচিত হোৱা ব্যক্তিজন ড° ভূপেন হাজৰিকা ।
অসমত প্ৰথম যাদুঘৰ ১৯৪০ চনত স্থাপিত হৈছিল ।
অসমত প্ৰখম দূৰদৰ্শন ১৯৮৫ চনত স্থাপিত হৈছিল ।