ভাৰতৰ লো-তীখাৰ কাৰাখানা জামছেদপুৰত (টাটা আইৰন এণ্ড ষ্টীল কোম্পানীৰ) আছে ।
Question and Answer Solution
ভাৰতৰ লো-তীখাৰ কাৰাখানা জামছেদপুৰত (টাটা আইৰন এণ্ড ষ্টীল কোম্পানীৰ) আছে ।
‘কুৰুক্ষেত্ৰ’ বৰ্তমান পঞ্জাৱ ৰাজ্যত অৱস্থিত আছিল ।
১৯৪৭ চনৰ ১৪ আগষ্টৰ পৰা পাকিস্তান আৰু ১৫ আগষ্টৰ পৰা ভাৰত নামৰ দুখন ৰাষ্ট্ৰত বিভক্ত হয় ।
ভাৰতৰ কেৰেলা আৰু হিমাচল প্ৰদেশত মহিলাৰ সংখ্যা বেছি।