অসমত ২০০৭ চনত অনুষ্ঠিত হোৱা ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতৰ কোন দলে সৰ্বাধিক সোণৰ পদক লাভ কৰিছিল ?

অসমত ২০০৭ চনত অনুষ্ঠিত হোৱা ৩৩ তম ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতৰ চাৰ্ভিচেছ দলে ৫৯ টা সোণৰ পদক লাভ কৰিছিল ।