অসমৰ চুক্তি অনুসৰি অসমত প্ৰতিষ্ঠা হোৱা উল্লেখযোগ্য প্ৰকল্প সমূহ কি কি ?

অসমৰ চুক্তি অনুসৰি অসমত প্ৰতিষ্ঠা হোৱা উল্লেখযোগ্য প্ৰকল্প সমূহ উত্তৰ গুৱাহাটী ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (I.I.T), শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী (পাঞ্জাবৰী) আৰু নুমলীগড় তেল শোধনাগাৰ (গোলাঘাট) ।