অসমৰ প্ৰধান তীৰ্থ স্থান বোৰ কি কি ?

অসমৰ প্ৰধান তীৰ্থ স্থান বোৰ কামাখ্যা, ভূৱনেশ্বৰী, উমানন্দ, বশিষ্ঠাশ্ৰম, অশ্বক্লান্ত, শুক্ৰেশ্বৰ, নৱগ্ৰহ, বৰপেটা সত্ৰ, বৰদোৱা সত্ৰ, পোৱা মক্কা আৰু আউলয়া দৰগাহ ।