ভাৰতীয় ক্ৰিকেটৰ ‘এ’ দললৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন আছিল ?

ভাৰতীয় ক্ৰিকেটৰ ‘এ’ দললৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী জাভেদ জামান আছিল।