২০০৩ চনত অসম সাহিত্য বঁতা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন ?

২০০৩ চনত অসম সাহিত্য বঁতা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী হল নিৰুপমা বৰগোহাঞি ।