অসমত ২০০৭ চনত অনুষ্ঠিত হোৱা ৩৩তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগীতাত শুভংকৰ প্ৰতীকটো কি আৰু ইয়াৰ স্ৰষ্টা কোন?

ৰংমন নামৰ এটা গঁড়ৰ পোৱালি আৰু ইয়াৰ স্ৰষ্টা অনুপ চৌধৰী ।