বিক্ৰমাদিত্যৰ ৰাজ সভাৰ নৱৰত্নৰ নাম কি কি আছিল?

কালিদাস, বৰৰুচি বৰাহমিহিৰ শংকু বেতালভট্ৰ ঘটকৰ্পৰ, ক্ষপনৰ অসমৰ সিংহ আৰু ধন্বন্তৰী ।