ভাৰতীয় মহাকাশচাৰী দুগৰাকী কোন কোন ?

ৰাকেশ শৰ্মা আৰু কল্পনা চাওলা । কিন্ও দুৰ্ভোগ্যবশত ঃ ২০০৩ চনৰ ১ ফেব্ৰৱাৰীৰ দিনা কল্পনা চাওলাই আমেৰিকাৰ নাছাৰ মহাকাশযান কলম্বিয়া দুৰ্ঘটনাৰগ্ৰস্ত হোৱাত আন ৬গৰাকী মহাকাশচাৰীৰ সৈতে মৃত্যুমুখত পৰে ।