ইন্দ্ৰপ্ৰস্থ কত আৰু কিয় বিখ্যাত আছিল ?

মহাভাৰতৰ যুধিষ্ঠিৰৰ ৰাজধানী নগৰ হল ইন্দ্ৰপ্ৰস্থ । এই ঠাই দিল্লীৰ ওচৰত ।