কম্পিউটাৰৰ হাৰ্ডৱেৰ বুলিলে কি বুজায় ?

কম্পিউটাৰৰ থকা আটাইখিনি সা- সৰঞ্জামেই হল কম্পিউটাৰৰ হাৰ্ডৱেৰ । চিষ্টেম ইউনিট দুটা ডিক্স ড্ৰাইভ কীবৰ্ড ভিডিঅ ডিচপ্লে ইউনিট আৰু এটা প্ৰিন্টাৰ সহ কম্পিউটাৰ সা-সঁজুলিবোৰই হল কম্পিউটাৰ হাৰ্ডৱেৰ ।