কোন ৰজাৰ দিনত চীনা পৰিব্ৰাজক হিউয়েনচাং ভাৰতলৈ আহে?

ৰজা হৰ্ষবৰ্দ্ধনৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউয়েনচাং ভাৰতলৈ আহিছিল।