চি পি ইউ ( Central Processing Unit) বুলিলে কি বুজায় ?

চেন্টেল প্ৰছেছিং উইনিট হল কম্পিউটাৰ মস্তিষ্ক অৰ্থাৎ ই প্ৰধান কাৰ্যকৰী অংশ । এই ইউনিট সকলো ধৰনৰ তথ্য নিৰ্দেশ আৰু ফলাফল অস্থায়ীভাৱে সঞ্চিত কৰে লগতে বিভিন্ন অংশ মাজত তথ্যৰ প্ৰবাহ ঘটায় ।