প্ৰথম মহাকাশযানৰ মহিলা পাইলট কোন আছিল ?

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আইলিন কলিনছে ১৯৯৫ চনৰ জানুৱাৰী মাহত ডিছকভাৰী নামৰ শ্বাটল যানখনৰ পাইলট হৈ যাএা কৰিছিল ।