সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী কোন আছিল ?

ৰাছিয়াৰ ইউৰি গাগাৰিন । তেওঁ ১৯৬১চনত ১২ ওপ্ৰিলত ভোস্তক নামৰ মহাকাশ যানেৰে প্ৰথম মহাকাশত বিচৰন কৰে । ১৯৬১ চনৰ ৫মেত আমেৰিকাৰ জন গ্লেনেও মহাকাশত ভ্ৰমন কৰে ।